মুগা চোংমুগা পলু

মুগা তৰা (Assamese) [ Roman: mu.ga to.ra]
Contributed by: Aklantika Saikia on 2014-05-07
1. (Common Noun-Neuter) A small and relatively cool star. Red dwarfs are very low mass stars with no more than 40% of the mass of the Sun. Consequently they have relatively low temperatures in their cores and energy is generated at a slow rate. Thus these stars emit little light, sometimes as little as 1/10,000th that of the Sun. Even the largest red dwarfs (for example HD 179930, HIP 12961 and Lacaille 8760) have only about 10% of the Sun's luminosity. আপেক্ষিকভাৱে শীতল সৰু তৰা৷ ইহঁতৰ ভৰ বাকী তৰাবোৰৰ তুলনাত বৰ কম (সূৰ্যৰ ভৰৰ ৪০ শতাংশতকৈ কম)৷ সেয়েহে সিহঁতৰ অন্তৰ্ভাগৰ উষ্ণতাও আপেক্ষিকভাৱে কম, যাৰ ফলত সিহঁতৰ শক্তি উত্পাদনৰ হাৰো কম৷ সেয়েহে এই তৰাবোৰে বৰ কম পৰিমাণত পোহৰ নিৰ্গত কৰে৷ কিছুমান মুগা বাউনা বা মুগা তৰাৰ পোহৰ নিৰ্গমনৰ হাৰ সূৰ্যৰ হাৰৰ ১/১০,০০০ ভাগ৷